পুলিৎজাৰপুলিয়ে-পোখাই
পুলিয়ে পোখাই উভাল (Assamese) [ Roman: pu.li.ye po`.khai u.bhal]
Contributed by: Partha P Sarmah on 2008-11-23
English: obliterate,
Assamese: উছন কৰ্, উত্খাত কৰ্, চিন-মোকাম নোহোৱা কৰ্, নাও নুমা, নাম নুমা, নিৰ্মূল কৰ্, পুলিয়ে পোখাই উভাল, মূলোচ্ছেদ কৰ্, সমূলঞ্চে নাশ কৰ্, সমূলি ধ্বংস কৰ্,
Khasi: pyndam
পুলিয়ে পোখাই উভাল (Assamese) [ Roman: pu.li.ye po`.khai u.bhal]
Contributed by: Partha P Sarmah on 2008-11-23
1. (Verb-Trans.) to destroy something completely. কিবা বেয়া, অনিষ্টকাৰী বস্তুক সম্পূৰ্ণভাবে নাইকীয়া ধ্বংস কৰা যাতে সি পুনৰায় অপকাৰ কৰিব নোৱাৰে৷